Skip to main content

Posts

পাঠ নং ১৩-টকা পইচা - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীসকলে তথা অভিভাৱকসকলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক টকা-পইচা তথা মুদ্ৰাৰ সৈতে পৰিচয় কৰাব ৷ আগৰ পুৰণি মুদ্ৰা যদি আছে তেতিয়া সেয়াও দেখুৱাব পাৰে ৷  এই পাঠটিত জৰিয়েত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিবলগীয়া বিষয়সমূহ হ'লঃ ። ৫০ টকালৈকে মুদ্ৰা আৰু নোটৰ লগত পৰিচয় হ'ব  ৷ ። ৫০ টকালৈকে মুদ্ৰা আৰু নোট চিনাক্ত কৰিব পাৰিব ৷  ። মুদ্ৰা আৰু নোটৰ সহায়ত ২০ টকালৈ বেলেগ বেলেগ ধৰণে হিচাপ কৰিব পাৰিব ৷  আৰম্ভণিঃ মুদ্ৰা আৰু নোটৰ লগত চিনাকি হওঁ আহা -  মিলাওঁ আহা - সমাধানঃ  আলোচনা কৰি তলত দিয়া বস্তুবোৰৰ দাম লিখা - ( শিক্ষক আৰু অভিভাৱকৰ সহায়ত ) সমাধানঃ তলত দিয়া বস্তুবোৰৰ দাম লিখা আছে ৷ প্ৰতিটো বস্তুৰ বাবে কিমান মুদ্ৰা আৰু নোট লাগিব লিখা -  সমাধানঃ
Recent posts

পাঠ নং ১২-চানেকি - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে -  ∷ আকৃতি আৰু নক্সাৰ চানেকি পৰ্যবেক্ষণ কৰিব  ∷ বিস্তৃতি কৰিব পাৰিব আৰু চানেকি সাজিব পাৰিব  আৰম্ভণিঃ ক্ৰমটো আগবঢ়াই নিয়া -  ক্ৰমবোৰত পিছৰ কেইটা কি হ'ব আঁকি দেখুওৱা - ক্ৰমবোৰত থকা খালী ঘৰবোৰত আঁকি পূৰ কৰা - খালী ঠাইত সংখ্যা লিখি চানেকিবোৰ পূৰ কৰা - কিছুমান চানেকি চাওঁ আহা  নিজে চানেকি সাঁজা 

পাঠ নং ১১-তথ্যৰ ব্যৱহাৰ - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিব - ። ছবি / সংখ্যা ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰিব পাৰিব আৰু লিপিবদ্ধ কৰিব পাৰিব ৷ আৰম্ভণিঃ আয়ান, মাধৱী আৰু নীলাই বাৰীৰ পৰা ক্ৰমে আম, জাম আৰু পনিয়ল গোটালে ৷ এতিয়া কোনে কিমান ফল গোটালে চাওঁ আহা -   নাম ফল  সংখ্যা   আয়ান  আম ৯ টা   মাধৱী  জাম  ১৫ টা  নীলা  পনিয়ল  ১০ টা মাধৱী আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে  আৰু তেওঁ নীলাতকৈ  ১৫ - ১০ = ৫ টা  বেছি ফল গোটালে ৷  আয়ান আৰু মাধৱীৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ?  উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১৫ - ৯ = ৬ টা বেছি ফল গোটালে ৷ আয়ান আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ?  উত্তৰঃ নীলাই  বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১০ - ৯ = ১ টা বেছি ফল গোটালে ৷ তিনিওজনৰ ভিতৰত কোনে বেছি ফল গোটালে ? উত্তৰঃ  তিনিওজনৰ ভিতৰত নীলাই বেছি ফল গোটালে  ৷ তিনিওজনৰ ভিতৰত কেনে কম ফল গোটালে ?  উত্তৰঃ তিনিও