Skip to main content

পাঠ নং ১৩-টকা পইচা - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীসকলে তথা অভিভাৱকসকলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক টকা-পইচা তথা মুদ্ৰাৰ সৈতে পৰিচয় কৰাব ৷ আগৰ পুৰণি মুদ্ৰা যদি আছে তেতিয়া সেয়াও দেখুৱাব পাৰে ৷  এই পাঠটিত জৰিয়েত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিবলগীয়া বিষয়সমূহ হ'লঃ

። ৫০ টকালৈকে মুদ্ৰা আৰু নোটৰ লগত পৰিচয় হ'ব  ৷

። ৫০ টকালৈকে মুদ্ৰা আৰু নোট চিনাক্ত কৰিব পাৰিব ৷ 

። মুদ্ৰা আৰু নোটৰ সহায়ত ২০ টকালৈ বেলেগ বেলেগ ধৰণে হিচাপ কৰিব পাৰিব ৷ 

আৰম্ভণিঃ

মুদ্ৰা আৰু নোটৰ লগত চিনাকি হওঁ আহা - 



মিলাওঁ আহা -


সমাধানঃ 




আলোচনা কৰি তলত দিয়া বস্তুবোৰৰ দাম লিখা - ( শিক্ষক আৰু অভিভাৱকৰ সহায়ত )


সমাধানঃ





তলত দিয়া বস্তুবোৰৰ দাম লিখা আছে ৷ প্ৰতিটো বস্তুৰ বাবে কিমান মুদ্ৰা আৰু নোট লাগিব লিখা - 



সমাধানঃ




Comments

Popular posts from this blog

পাঠ নং ১১-তথ্যৰ ব্যৱহাৰ - নতুন গণিত (প্ৰথম ভাগ) - প্ৰথম শ্ৰেণীৰ বাবে

 এই পাঠটোৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিব - ። ছবি / সংখ্যা ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰিব পাৰিব আৰু লিপিবদ্ধ কৰিব পাৰিব ৷ আৰম্ভণিঃ আয়ান, মাধৱী আৰু নীলাই বাৰীৰ পৰা ক্ৰমে আম, জাম আৰু পনিয়ল গোটালে ৷ এতিয়া কোনে কিমান ফল গোটালে চাওঁ আহা -   নাম ফল  সংখ্যা   আয়ান  আম ৯ টা   মাধৱী  জাম  ১৫ টা  নীলা  পনিয়ল  ১০ টা মাধৱী আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ? উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে  আৰু তেওঁ নীলাতকৈ  ১৫ - ১০ = ৫ টা  বেছি ফল গোটালে ৷  আয়ান আৰু মাধৱীৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ?  উত্তৰঃ মাধৱীয়ে বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১৫ - ৯ = ৬ টা বেছি ফল গোটালে ৷ আয়ান আৰু নীলাৰ মাজত কোনে বেছি ফল গোটালে আৰু কিমান বেছি গোটালে ?  উত্তৰঃ নীলাই  বেছি ফল গোটালে আৰু তেওঁ আয়ানতকৈ ১০ - ৯ = ১ টা বেছি ফল গোটালে ৷ তিনিওজনৰ ভিতৰত কোনে বেছি ফল ...